Posts

Class 10 Science Chapter 6 Question Answers Assamese Medium

Image
 In this blog post, we will explore the "Class 10 Science Chapter 6 Question Answers in Assamese Medium," providing comprehensive and accurate solutions tailored for students. This chapter holds significant importance in the Class 10 Science curriculum, and our aim is to present the content in a way that is accessible and easy to understand for Assamese medium students. Whether you're preparing for exams or simply looking to deepen your understanding, this post offers valuable insights and answers to key questions from Class 10 Science Chapter 6. Topics : Class 10 Science Chapter 6 Assamese Medium, Class 10 science Assamese medium question answers Page No 95 প্ৰশ্নাৱলী Question Answer 1) মানুহৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ কিয় ব্যাপন প্রক্রিয়া পর্যাপ্ত নহয়? উত্তৰ : বহুকোষী জীৱৰ ক্ষেত্ৰত, শৰীৰৰ সকলোবোৰ কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়েহে, সাধাৰণ ব্যাপন প্রক্রিয়া এনে জীৱৰ প্রতিটো কোষৰ অক্সিজেনৰ প্রয়োজন পূৰাবলৈ পর্যাপ্ত নহয...

class 10 science Assamese medium chapter 1 question answers

Image
Class 10 science Assamese medium chapter 1 question answers  pdf download. Here, I have provided you more than 60 question and answers of class 10 science Chapter-1  : (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ) in Assamese medium. You can download question answers in pdf format also.  Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 1. ৰাসায়নিক বিক্রিয়া কি? উত্তৰঃ যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্রিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয়। 2. ৰাসায়নিক সমীকৰণ কাক বোলে?   উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্রিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। 3. অসন্তুলিত বা জঁকা সমীকৰণ কি?  উত্তৰঃ যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰামাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জঁকা বা অসন্তুলিত সমীকৰণ বোলে।   4. সন্তুলিত সমীকৰণ ক...